APJ

যোৱা ২০২২ -২৩ ইং শিক্ষাবৰ্ষত বিদ্যালয়খনৰ বিভিন্ন দিশৰ প্ৰতি তলৰ কোনজন শিক্ষক / শিক্ষয়িত্ৰী / কৰ্মচাৰী কিমানখিনি দ্বায়িত্ব পালন কৰিছে ; ১ (সৰ্বনিম্ন) ৰ পৰা ১০ (সৰ্বোচ্চ) ৰ ভিতৰত গুনমান নিৰ্ধাৰণ কৰক ।

তলৰ শিক্ষক/ কৰ্মচাৰীজন ছাত্ৰ -ছাত্ৰী আৰু বিদ্যালয়ৰ প্ৰতি কিমান দ্বায়িত্বশীল ?

তলৰ শিক্ষয়িত্ৰী জনী ছাত্ৰ -ছাত্ৰী আৰু বিদ্যালয়ৰ প্ৰতি কিমান দ্বায়িত্বশীল ?

তলৰ শিক্ষকজন ছাত্ৰ -ছাত্ৰী আৰু বিদ্যালয়ৰ প্ৰতি কিমান দ্বায়িত্বশীল ?

তলৰ শিক্ষকজন ছাত্ৰ -ছাত্ৰী আৰু বিদ্যালয়ৰ প্ৰতি কিমান দ্বায়িত্বশীল ?

আপোনাৰ বাহিৰে কোন কেইজন শিক্ষক/শিক্ষয়িত্ৰীক /কৰ্মচাৰীক আচাৰ ব্যৱহাৰৰ ভিত্তিত সৰ্বোচ্চ তিনিটা স্থানত ৰাখিব ?

নতুন ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ বাবে আটাইতকৈ কম চেষ্টা কৰা অথবা মুঠেই চেষ্টা নকৰা সৰ্বাধিক তিনিজনৰ নাম হলঃ